Kamrup Metro District Administration (@dckamrupmetro) 's Twitter Profile
Kamrup Metro District Administration

@dckamrupmetro

Official Twitter Account of Kamrup Metropolitan District Administration, Guwahati, Assam.

ID: 1039378774964555777

linkhttps://kamrupmetro.assam.gov.in calendar_today11-09-2018 05:03:05

6,6K Tweet

30,30K Followers

189 Following

Kamrup Metro District Administration (@dckamrupmetro) 's Twitter Profile Photo

অতিৰিক্ত জিলা আয়ুক্ত অজিত কুমাৰ শৰ্মাৰ অধ্যক্ষতাত আজি জিলা পথ সুৰক্ষা সমিতিৰ মাহিলি বৈঠকখন অনুস্থিত হয় ।বৈঠকত কামৰূপ মহানগৰ জিলাপথ সুৰক্ষা সমিতিৰ সদস্য সচিব ,প্ৰৱৰ্তক পৰিদৰ্শককে ধৰি পথ- সুৰক্ষা সমিতিৰ লগত জড়িত লোকনিৰ্মাণ,স্বাস্হ্য আদি বিভাগৰ সংশ্লিষ্ট বিষয়া উপস্থিত থাকে ।

অতিৰিক্ত জিলা আয়ুক্ত অজিত কুমাৰ শৰ্মাৰ অধ্যক্ষতাত আজি জিলা পথ সুৰক্ষা সমিতিৰ মাহিলি বৈঠকখন অনুস্থিত হয় ।বৈঠকত কামৰূপ মহানগৰ জিলাপথ সুৰক্ষা সমিতিৰ সদস্য সচিব ,প্ৰৱৰ্তক পৰিদৰ্শককে ধৰি
পথ- সুৰক্ষা সমিতিৰ লগত জড়িত লোকনিৰ্মাণ,স্বাস্হ্য  আদি বিভাগৰ সংশ্লিষ্ট বিষয়া উপস্থিত থাকে ।
Kamrup Metro District Administration (@dckamrupmetro) 's Twitter Profile Photo

আগন্তুক অম্বুবাচী মহাযোগ -২০২৫ সন্দৰ্ভত আজি আৰক্ষী আয়ুক্ত,কামৰূপ মহানগৰ জিলা আয়ুক্ত আৰু কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে যুটীয়াভাৱে কামাখ্যা মন্দিৰৰ কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰে । DIPR Assam DIPRO, Kamrup Metropolitan District

আগন্তুক  অম্বুবাচী মহাযোগ -২০২৫ সন্দৰ্ভত  আজি  আৰক্ষী আয়ুক্ত,কামৰূপ মহানগৰ জিলা আয়ুক্ত আৰু কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে যুটীয়াভাৱে কামাখ্যা মন্দিৰৰ কাৰ্যালয়ত এখন সংবাদ মেলৰ আয়োজন কৰে ।
DIPR Assam
DIPRO, Kamrup Metropolitan District
Kamrup Metro District Administration (@dckamrupmetro) 's Twitter Profile Photo

অহা ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মহাযোগ-২০২৫ সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত এখন বৈঠক অনুস্থিত হয় । বৈঠকত মহকুমা দণ্ডাধীশ, আৰক্ষী, স্বাস্থ্য আদিকে ধৰি সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল অনুস্থিত থাকে ।

Advisory for Ambubachi Mahayog devotees Please note the following guidelines for Ambubachi Mahayog 2025 issued by District Administration, Police Commissionerate, Doloi Maa Kamakhya Devalaya Chief Minister Assam #ambubachimahayog2025 #Ambubachi #KamrupMetropolitan #kamakhya

Advisory for Ambubachi Mahayog devotees

Please note the following guidelines for Ambubachi Mahayog 2025 issued by District Administration, Police Commissionerate, Doloi Maa Kamakhya Devalaya

Chief Minister Assam

#ambubachimahayog2025
#Ambubachi #KamrupMetropolitan
#kamakhya
Kamrup Metro District Administration (@dckamrupmetro) 's Twitter Profile Photo

অহা ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মহাযোগ-২০২৫ সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত এখন বৈঠক অনুস্থিত হয় । বৈঠকত মহকুমা দণ্ডাধীশ কংকন শৰ্মাকে আদি কৰি সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল অনুস্থিত থাকে । DIPR Assam

অহা ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যা  ধামত অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মহাযোগ-২০২৫ সন্দৰ্ভত আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ সভাপতিত্বত এখন বৈঠক অনুস্থিত হয়  । বৈঠকত মহকুমা দণ্ডাধীশ কংকন শৰ্মাকে আদি কৰি সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকল অনুস্থিত থাকে ।
DIPR Assam
Kamrup Metro District Administration (@dckamrupmetro) 's Twitter Profile Photo

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি মহানগৰীৰ স্কুলসমূহৰ প্ৰাত:সভাত শিক্ষাৰ্থীসকলক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন সন্দৰ্ভত বিশিষ্ট ব্যক্তিসকলে বক্তব্য আগবঢায় । Chief Minister Assam DIPR Assam DIPRO, Kamrup Metropolitan District

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত  আজি মহানগৰীৰ স্কুলসমূহৰ প্ৰাত:সভাত শিক্ষাৰ্থীসকলক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন সন্দৰ্ভত বিশিষ্ট ব্যক্তিসকলে বক্তব্য আগবঢায় ।

Chief Minister Assam
DIPR Assam
DIPRO, Kamrup Metropolitan District
NHM Kamrup Metropolitan (@metronhm) 's Twitter Profile Photo

District Health Society review meeting was held today under chairmanship of Shri Sumit Sattawan,IAS,the DC Kamrup(M). The meeting was attended by the DDC Kamrup(M), the Jt DHS & other key officials from the department. Ashok Singhal Kamrup Metro District Administration NHM_Assam DIPRO, Kamrup Metropolitan District

District Health Society review meeting was held today under chairmanship of Shri Sumit Sattawan,IAS,the DC Kamrup(M). The meeting was attended by the DDC Kamrup(M), the Jt DHS & other key officials from the department.
Ashok Singhal
Kamrup Metro District Administration
NHM_Assam
DIPRO, Kamrup Metropolitan District
Ranjeet Kumar Dass (@ranjeetkrdass) 's Twitter Profile Photo

'অম্বুবাচী মহাযোগ-২০২৫' আমাৰ নিজৰ অনুষ্ঠান ৷ গতিকে, চৰকাৰী নীতি-নিৰ্দেশনাসমূহ সম্পূৰ্ণকৈ নিজেও মানি চলি তথা আনকো মানি চলিবলৈ উৎসাহিত কৰোঁ আহক ৷ যাতে দেশ-বিদেশৰ লগতে আমাৰ স্থানীয় অতিথিসকলেও কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় ৷ জয় মা কামাখ্যা 🙏

'অম্বুবাচী মহাযোগ-২০২৫' আমাৰ নিজৰ অনুষ্ঠান ৷ গতিকে, চৰকাৰী নীতি-নিৰ্দেশনাসমূহ সম্পূৰ্ণকৈ নিজেও মানি চলি তথা আনকো মানি চলিবলৈ উৎসাহিত কৰোঁ আহক ৷ যাতে দেশ-বিদেশৰ লগতে আমাৰ স্থানীয় অতিথিসকলেও কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় ৷

জয় মা কামাখ্যা 🙏
DIPR Assam (@diprassam) 's Twitter Profile Photo

শিশুৰ বিকাশ ৰাজ্য চৰকাৰৰ প্ৰাথমিক অগ্ৰাধিকাৰ জুলাইৰ প্ৰথম সপ্তাহৰ পৰা অসমৰ প্ৰতিখন জিলাতেই অনুষ্ঠিত হ’বলৈ গৈ আছে ১৪ দিনীয়া এক বিশেষ কৰ্মশালা। এই কৰ্মশালাত নৃত্য, সংগীত আৰু অভিনয় আদিৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আয়োজন কৰা এই

DIPR Assam (@diprassam) 's Twitter Profile Photo

শিশুৰ বিকাশ ৰাজ্য চৰকাৰৰ প্ৰাথমিক অগ্ৰাধিকাৰ জুলাইৰ প্ৰথম সপ্তাহৰ পৰা অসমৰ প্ৰতিখন জিলাতেই অনুষ্ঠিত হ’বলৈ গৈ আছে ১৪ দিনীয়া এক বিশেষ কৰ্মশালা। এই কৰ্মশালাত নৃত্য, সংগীত আৰু অভিনয় আদিৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আয়োজন কৰা এই

Kamrup Metro District Administration (@dckamrupmetro) 's Twitter Profile Photo

ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ তৃতীয় বৰ্গৰ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্ট সন্দৰ্ভত কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ যুটীয়া সচিব অনুজা ভূঁঞাৰ অধ্যক্ষতাত আজি এখন বৈঠক অনুষ্ঠিত হয়।

Awareness Meeting on PMFBY in the O/o the ADO cum Knowledge Centre, Khetri, Dimoria Co-District, Kamrup Metro. Presence- Assistant Commissioner, Dimoria Sub Divisional Agricultural Officer, Kamrup Metro ADO, Khetri Assistant Nodal Officer, PMFBY DIPR Assam DIPRO, Kamrup Metropolitan District

Awareness Meeting on PMFBY in the O/o the ADO cum Knowledge Centre, Khetri, Dimoria Co-District, Kamrup Metro.

Presence- Assistant Commissioner, Dimoria
Sub Divisional Agricultural Officer, Kamrup Metro
ADO, Khetri
Assistant Nodal Officer, PMFBY
DIPR Assam
DIPRO, Kamrup Metropolitan District
Kamrup Metro District Administration (@dckamrupmetro) 's Twitter Profile Photo

কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ অধ্যক্ষতাত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা সৈনিক বোৰ্ড আৰু সৈনিক বন্ধুৰ বৈঠক অনুস্থিত হয় । dee singh DIPRO, Kamrup Metropolitan District

কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ অধ্যক্ষতাত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা সৈনিক বোৰ্ড আৰু  সৈনিক বন্ধুৰ বৈঠক অনুস্থিত হয় ।
dee singh
DIPRO, Kamrup Metropolitan District
DIPR Assam (@diprassam) 's Twitter Profile Photo

দেশভক্তি দিৱস উপলক্ষে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে আয়োজন কৰিছে জ্ঞানৰ এক বৰ্ণাঢ্য কাৰ্যসূচী—দেশভক্তি কুইজ ২০২৫। এই অনন্য কুইজ প্ৰতিযোগিতা স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণ ৰাম ফুকনৰ কৃতিত্ব আৰু মাতৃভূমিৰ প্ৰতি তেখেতৰ অপৰিসীম শ্ৰদ্ধাক পুনৰ স্মৰণ আৰু সন্মান জনোৱাৰ এক

দেশভক্তি দিৱস উপলক্ষে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ে আয়োজন কৰিছে জ্ঞানৰ এক বৰ্ণাঢ্য কাৰ্যসূচী—দেশভক্তি কুইজ ২০২৫। এই অনন্য কুইজ প্ৰতিযোগিতা স্বাধীনতা সংগ্ৰামী দেশভক্ত তৰুণ ৰাম ফুকনৰ কৃতিত্ব আৰু মাতৃভূমিৰ প্ৰতি তেখেতৰ অপৰিসীম শ্ৰদ্ধাক পুনৰ স্মৰণ আৰু সন্মান জনোৱাৰ এক
Kamrup Metro District Administration (@dckamrupmetro) 's Twitter Profile Photo

This is to inform the general public in Kamrup (Metro) that grievances may be lodged through the social media platforms of DC office, Kamrup ( Metro).The District Administration will make every possible effort to address and resolve the issues raised. Chief Minister Assam DIPR Assam

Kamrup Metro District Administration (@dckamrupmetro) 's Twitter Profile Photo

২০২৬ বৰ্ষৰ ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়া সুচাৰুৰূপে চলাই নিয়াৰ বাবে BLOআৰু BLO Supervisor সকলক প্ৰশিক্ষণ দিয়াৰ বাবে মাষ্টাৰ ট্ৰেইনাৰৰ এক প্ৰশিক্ষণ আজি কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুস্থিত হয় । Chief Minister Assam DIPR Assam DIPRO, Kamrup Metropolitan District

২০২৬ বৰ্ষৰ  ভোটাৰ তালিকাৰ সংক্ষিপ্ত  সংশোধনী প্ৰক্ৰিয়া সুচাৰুৰূপে চলাই নিয়াৰ বাবে BLOআৰু BLO Supervisor সকলক প্ৰশিক্ষণ  দিয়াৰ বাবে মাষ্টাৰ ট্ৰেইনাৰৰ এক প্ৰশিক্ষণ  আজি  কামৰূপ  মহানগৰ  জিলা  আয়ুক্ত  কাৰ্যালয়ৰ সভাকক্ষত অনুস্থিত হয় ।
Chief Minister Assam
DIPR Assam
DIPRO, Kamrup Metropolitan District
Kamrup Metro District Administration (@dckamrupmetro) 's Twitter Profile Photo

🚨 Beggars Rescue Drive | Guwahati In a joint effort, Kamrup (Metro) District Administration and an NGO rescued 4 destitute persons (2 men, 2 women) from Pan Bazar & Maligaon on July 11–12.They’ve been rehabilitated at Project Smile & Missionaries of Charity. 🙏 Chief Minister Assam

🚨 Beggars Rescue Drive | Guwahati
In a joint effort, Kamrup (Metro) District Administration and an NGO rescued 4 destitute persons (2 men, 2 women) from Pan Bazar & Maligaon on July 11–12.They’ve been rehabilitated at Project Smile & Missionaries of Charity. 🙏
Chief Minister Assam
Kamrup Metro District Administration (@dckamrupmetro) 's Twitter Profile Photo

A meeting of Co-District Disaster Management Authority was convened at the O/o the Co-District Commissioner, Dimoria under the chairmanship of Shri Biswajit Saikia, ACS, Co-District Commissioner, Dimoria. The meeting was attended by senior officials and representatives. #ASDMA

A meeting of Co-District Disaster Management Authority was convened at the O/o the Co-District Commissioner, Dimoria under the chairmanship of Shri Biswajit Saikia, ACS, Co-District Commissioner, Dimoria. The meeting was attended by senior officials and representatives.

#ASDMA