Ripa Saikia (@ripasaikia) 's Twitter Profile
Ripa Saikia

@ripasaikia

Writer | Lyricist
positive Thinker.

ID: 865557652016738306

calendar_today19-05-2017 13:20:00

13,13K Tweet

11,11K Followers

1,1K Following

Ripa Saikia (@ripasaikia) 's Twitter Profile Photo

আজি বজাৰত নহৰু দাম ১ পোৱাত ৮০ টকা। দামটো শুনি নহৰু নিকিনিলো। ধনী মানুহ সকলৰ বাদে,বাকি মধ্যবিত্ত, দুখীয়া শ্ৰেণী লোক সকলে নহৰু কিনি খাব পাৰিছেনে বাৰু..! অন্যান্য নিত্য সামগ্ৰী দামৰ কথা বাদেই দিছো।

Ripa Saikia (@ripasaikia) 's Twitter Profile Photo

HAPPY NEW YEAR 💐2025. আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। নতুন বছৰটোৱে কঢ়িয়াই আনক সকলোৱে জীৱনলৈ সুখ, সমৃদ্ধি, শান্তি আৰু অনাবিল আনন্দৰ নিজৰা।২০২৫ বছৰটোৰ সকলোৱে সু-স্বাস্থ্য কামনা কৰিলোঁ।

Ripa Saikia (@ripasaikia) 's Twitter Profile Photo

সময়ে যেতিয়া লৈ যাব দুৰলৈ,থমকি ৰবা জানো উভতি চাবলৈ,,,

সময়ে যেতিয়া লৈ যাব দুৰলৈ,থমকি ৰবা জানো উভতি চাবলৈ,,,