DD News Assamese (@ddnews_guwahati) 's Twitter Profile
DD News Assamese

@ddnews_guwahati

This is the official twitter account of DD News Assam. Motto - কেৱল বাতৰি, সম্পূৰ্ণ বাতৰি Only News, Complete News.

ID: 961850457600663556

linkhttps://youtube.com/@DDNewsAssamese calendar_today09-02-2018 06:33:14

52,52K Tweet

18,18K Followers

180 Following

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

Indian railways reaches the outskirts of Aizawl in Mizoram as a trial engine successfully arrives at Sairang as part of the Bairabi-Sairang broad-gauge railway project. Ashwini Vaishnaw North Eastern Railway Ministry of Railways #ddnewsassamese

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা আৰম্ভ হৈছে। ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ জাপিসজিয়া গাঁৱত ভোটাৰসকলে ভোটদান কৰে। #PanchayatElection

পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱাৰে পৰা আৰম্ভ হৈছে। ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ জাপিসজিয়া গাঁৱত ভোটাৰসকলে ভোটদান কৰে।
#PanchayatElection
DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

শিৱসাগৰ জিলাতো পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ আজি পুৱাৰে পৰা আৰম্ভ হৈছে। জিলাখনৰ পৰা এইবেলি সৰ্বমুঠ ২২৯১ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱর্তীণ হৈছে। জিলাখনৰ কিছু ভোটকেন্দ্ৰৰ দৃশ্য। #election #PanchayatElection #Assam AIR News Guwahati

শিৱসাগৰ জিলাতো পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ আজি পুৱাৰে পৰা আৰম্ভ হৈছে। জিলাখনৰ পৰা এইবেলি সৰ্বমুঠ ২২৯১ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱর্তীণ হৈছে। জিলাখনৰ কিছু ভোটকেন্দ্ৰৰ দৃশ্য।
#election #PanchayatElection #Assam
AIR News Guwahati
DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

#Watch ধেমাজিত ৭২৭টা ভোটগ্ৰহণ কেন্দ্ৰত আজি পুৱাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ দক্ষিণ ধেমাজি পঞ্চায়তৰ ২২৯নং ভোটগ্ৰহণ কেন্দ্ৰত পুৱাৰে পৰা দেখা গৈছে ভোটাৰৰ ভিৰ ৷ #election #PanchayatElection #Assam AIR News Guwahati

Narendra Modi (@narendramodi) 's Twitter Profile Photo

The Vizhinjam International Deepwater Multipurpose Seaport in Kerala is a significant advancement in India's maritime infrastructure. x.com/i/broadcasts/1…

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

#DDNGuwahati #News WAVESত বলীউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ অংশগ্ৰহণ Shah Rukh Khan Deepika Padukone Karan Johar WAVES India #WAVES2025 #WAVESummit #WAVESummitIndia #ddnewsassamese

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

#DDNGuwahati #News ৰাজভৱন, অসমৰ উদ্যোগত গুজৰাট আৰু মহাৰাষ্ট্ৰৰ ৰাজ্য দিৱস পালন लक्ष्मण प्रसाद आचार्य (Lakshman Prasad Acharya) #ddnewsassamese

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

#DDNGuwahati #News WAVE সন্মিলনত উত্তৰ-পূব ভাৰতত চিনেমাৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনা শীৰ্ষক আলোচনা চক্ৰ WAVES India #WAVESummit #WAVES2025 #WAVESummitIndia #ddnewsassamese

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

#Biswanath জিলাৰ ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে #Sonitpur লোকসভা সমষ্টিৰ সাংসদ শ্ৰী ৰঞ্জিত দত্তই। #Election2025 #ElectionDay #PanchayatElection ranjit dutta #AkashvaniVideo

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

মন্ত্ৰী ডাঃ Ranoj Pegu-এ গোগামুখৰ ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে। মন্ত্রীগৰাকীয়ে ধেমাজি বিধানসভা সমষ্টিৰ ৰাইজক পঞ্চায়ত নিৰ্বাচনত ভোটদান কৰি নাগৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। #Election2025 #ElectionDay #PanchayatElection

মন্ত্ৰী ডাঃ Ranoj Pegu-এ গোগামুখৰ ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে। মন্ত্রীগৰাকীয়ে ধেমাজি বিধানসভা সমষ্টিৰ ৰাইজক পঞ্চায়ত নিৰ্বাচনত ভোটদান কৰি নাগৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।
#Election2025 #ElectionDay #PanchayatElection
DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

#DDNGuwahati #News প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাত Vizhinjam International Deepwater Multipurpose Seaport দেশবাসীৰ বাবে উৎসৰ্গা কৰে। Narendra Modi Ministry of Ports, Shipping and Waterways

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী Dr. S. Jaishankar-এ মুম্বাইত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী Ashwini Vaishnaw আৰু ৰাজ্যিক মন্ত্ৰী Dr.L.Murugan-ৰ সৈতে #WAVES2025-ত গ্ল’বেল মিডিয়া আলোচনাত সহ-অধ্যক্ষতা কৰে৷ #WAVES #WAVESIndia #WAVESummitIndia #ConnectingCreatorsConnectingCountries

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী Dr. S. Jaishankar-এ মুম্বাইত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী Ashwini Vaishnaw আৰু ৰাজ্যিক মন্ত্ৰী Dr.L.Murugan-ৰ সৈতে #WAVES2025-ত গ্ল’বেল মিডিয়া আলোচনাত সহ-অধ্যক্ষতা কৰে৷
#WAVES #WAVESIndia #WAVESummitIndia #ConnectingCreatorsConnectingCountries
DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

ভগৱান বুদ্ধৰ পৱিত্ৰ ধ্বংসাৱশেষ লৈ ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দি ভিয়েটনামত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী Kiren Rijiju। ভিয়েটনাম চৰকাৰে তেওঁক উষ্ম আদৰণি জনায়। ৰাষ্ট্ৰসংঘৰ ভেছাক দিৱস উদযাপনৰ বাবে ২০২৫ চনৰ ২–২১ মে’লৈ ভিয়েটনামত থাকিব এই পৱিত্ৰ ধ্বংসাৱশেষ।

ভগৱান বুদ্ধৰ পৱিত্ৰ ধ্বংসাৱশেষ লৈ ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দি ভিয়েটনামত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী Kiren Rijiju।

ভিয়েটনাম চৰকাৰে তেওঁক উষ্ম আদৰণি জনায়। ৰাষ্ট্ৰসংঘৰ ভেছাক দিৱস উদযাপনৰ বাবে ২০২৫ চনৰ ২–২১ মে’লৈ ভিয়েটনামত থাকিব এই পৱিত্ৰ ধ্বংসাৱশেষ।
DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

World Audio Visual & Entertainment Summit-২০২৫ৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী Global Media Dialogueৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী Dr. S. Jaishankar ৰে কয় যে, প্ৰযুক্তি আৰু সংস্কৃতিয়ে সময়ৰ সৈতে খোজ মিলাই একেলগে আগুৱাই গৈ থাকিব। #Waves2025 #WAVESummitIndia |

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

অন্ধ্ৰ প্ৰদেশৰ অমৰাৱতীত আধাৰশিলা স্থাপন আৰু উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী Narendra Modi৷ x.com/i/broadcasts/1… PMO India Ministry of Information and Broadcasting PIB India N Chandrababu Naidu

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

#WAVESummit-ত উপস্থিত থাকিব পাই আনন্দিত হৈছো৷ এই বৃহৎ মঞ্চত দ্বিগজসকল একত্ৰিত হৈ আমাৰ কাহিনীবোৰ কেনেকৈ উন্নীত আৰু বিশ্বায়ন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰে। চৰকাৰ, Ministry of Information and Broadcasting Ministry আৰু প্ৰধানমন্ত্ৰীৰ সহযোগত ভাৰত আজি বিশ্বব্যাপী মহাশক্তি হিচাপে থিয় দিছেঃ অভিনেত্ৰী কৰীনা কাপুৰ

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

বিশ্বজুৰি ভাৰতীয় চিনেমাই সঁচা অৰ্থত কোমল শক্তিৰ এক শক্তিশালী ৰূপ হিচাপে আত্মপ্ৰকাশ কৰিছে সেই বিষয়ে আলোচনা ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে কোৱাৰ দৰে সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ দিশত আমাৰ চিনেমাৰ বিশ্বব্যাপী প্ৰভাৱৰ বিষয়ে আমি এতিয়াও সম্পূৰ্ণৰূপে বুজি উঠা নাইঃ কৰণ জোহৰ

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

#DDNGuwahati #News বলীউডৰ অভিনেতা আমিৰ খানে আজি WAVES ৰ এক আলোচনাত অংশগ্ৰহণ কৰে। #Waves2025 #WAVESummitIndia | PIB in Assam Ministry of Information and Broadcasting

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

#DDNGuwahati #News #Mizoram CM Lalduhoma today held a review meeting with NF Railway Construction GM to assess the progress of key railway projects in the State. Lalduhoma Ministry of Railways

DD News Assamese (@ddnews_guwahati) 's Twitter Profile Photo

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী অমৰাৱতীৰ নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰাৰ বাবে আজি আধাৰশিলা স্থাপন কৰে। #AndhraPradesh Narendra Modi PMO India Ministry of Information and Broadcasting PIB India